A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 135



1
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
2
তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
3
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
4
কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
5
কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
6
আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
7
তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
8
তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9
হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
10
তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
11
ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
12
তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13
হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14
কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
15
জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16
সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17
কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18
সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
19
হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
20
হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
21
চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।











সামসঙ্গীত 135:1

সামসঙ্গীত 135:2

সামসঙ্গীত 135:3

সামসঙ্গীত 135:4

সামসঙ্গীত 135:5

সামসঙ্গীত 135:6

সামসঙ্গীত 135:7

সামসঙ্গীত 135:8

সামসঙ্গীত 135:9

সামসঙ্গীত 135:10

সামসঙ্গীত 135:11

সামসঙ্গীত 135:12

সামসঙ্গীত 135:13

সামসঙ্গীত 135:14

সামসঙ্গীত 135:15

সামসঙ্গীত 135:16

সামসঙ্গীত 135:17

সামসঙ্গীত 135:18

সামসঙ্গীত 135:19

সামসঙ্গীত 135:20

সামসঙ্গীত 135:21







সামসঙ্গীত 1 / সামস 1

সামসঙ্গীত 2 / সামস 2

সামসঙ্গীত 3 / সামস 3

সামসঙ্গীত 4 / সামস 4

সামসঙ্গীত 5 / সামস 5

সামসঙ্গীত 6 / সামস 6

সামসঙ্গীত 7 / সামস 7

সামসঙ্গীত 8 / সামস 8

সামসঙ্গীত 9 / সামস 9

সামসঙ্গীত 10 / সামস 10

সামসঙ্গীত 11 / সামস 11

সামসঙ্গীত 12 / সামস 12

সামসঙ্গীত 13 / সামস 13

সামসঙ্গীত 14 / সামস 14

সামসঙ্গীত 15 / সামস 15

সামসঙ্গীত 16 / সামস 16

সামসঙ্গীত 17 / সামস 17

সামসঙ্গীত 18 / সামস 18

সামসঙ্গীত 19 / সামস 19

সামসঙ্গীত 20 / সামস 20

সামসঙ্গীত 21 / সামস 21

সামসঙ্গীত 22 / সামস 22

সামসঙ্গীত 23 / সামস 23

সামসঙ্গীত 24 / সামস 24

সামসঙ্গীত 25 / সামস 25

সামসঙ্গীত 26 / সামস 26

সামসঙ্গীত 27 / সামস 27

সামসঙ্গীত 28 / সামস 28

সামসঙ্গীত 29 / সামস 29

সামসঙ্গীত 30 / সামস 30

সামসঙ্গীত 31 / সামস 31

সামসঙ্গীত 32 / সামস 32

সামসঙ্গীত 33 / সামস 33

সামসঙ্গীত 34 / সামস 34

সামসঙ্গীত 35 / সামস 35

সামসঙ্গীত 36 / সামস 36

সামসঙ্গীত 37 / সামস 37

সামসঙ্গীত 38 / সামস 38

সামসঙ্গীত 39 / সামস 39

সামসঙ্গীত 40 / সামস 40

সামসঙ্গীত 41 / সামস 41

সামসঙ্গীত 42 / সামস 42

সামসঙ্গীত 43 / সামস 43

সামসঙ্গীত 44 / সামস 44

সামসঙ্গীত 45 / সামস 45

সামসঙ্গীত 46 / সামস 46

সামসঙ্গীত 47 / সামস 47

সামসঙ্গীত 48 / সামস 48

সামসঙ্গীত 49 / সামস 49

সামসঙ্গীত 50 / সামস 50

সামসঙ্গীত 51 / সামস 51

সামসঙ্গীত 52 / সামস 52

সামসঙ্গীত 53 / সামস 53

সামসঙ্গীত 54 / সামস 54

সামসঙ্গীত 55 / সামস 55

সামসঙ্গীত 56 / সামস 56

সামসঙ্গীত 57 / সামস 57

সামসঙ্গীত 58 / সামস 58

সামসঙ্গীত 59 / সামস 59

সামসঙ্গীত 60 / সামস 60

সামসঙ্গীত 61 / সামস 61

সামসঙ্গীত 62 / সামস 62

সামসঙ্গীত 63 / সামস 63

সামসঙ্গীত 64 / সামস 64

সামসঙ্গীত 65 / সামস 65

সামসঙ্গীত 66 / সামস 66

সামসঙ্গীত 67 / সামস 67

সামসঙ্গীত 68 / সামস 68

সামসঙ্গীত 69 / সামস 69

সামসঙ্গীত 70 / সামস 70

সামসঙ্গীত 71 / সামস 71

সামসঙ্গীত 72 / সামস 72

সামসঙ্গীত 73 / সামস 73

সামসঙ্গীত 74 / সামস 74

সামসঙ্গীত 75 / সামস 75

সামসঙ্গীত 76 / সামস 76

সামসঙ্গীত 77 / সামস 77

সামসঙ্গীত 78 / সামস 78

সামসঙ্গীত 79 / সামস 79

সামসঙ্গীত 80 / সামস 80

সামসঙ্গীত 81 / সামস 81

সামসঙ্গীত 82 / সামস 82

সামসঙ্গীত 83 / সামস 83

সামসঙ্গীত 84 / সামস 84

সামসঙ্গীত 85 / সামস 85

সামসঙ্গীত 86 / সামস 86

সামসঙ্গীত 87 / সামস 87

সামসঙ্গীত 88 / সামস 88

সামসঙ্গীত 89 / সামস 89

সামসঙ্গীত 90 / সামস 90

সামসঙ্গীত 91 / সামস 91

সামসঙ্গীত 92 / সামস 92

সামসঙ্গীত 93 / সামস 93

সামসঙ্গীত 94 / সামস 94

সামসঙ্গীত 95 / সামস 95

সামসঙ্গীত 96 / সামস 96

সামসঙ্গীত 97 / সামস 97

সামসঙ্গীত 98 / সামস 98

সামসঙ্গীত 99 / সামস 99

সামসঙ্গীত 100 / সামস 100

সামসঙ্গীত 101 / সামস 101

সামসঙ্গীত 102 / সামস 102

সামসঙ্গীত 103 / সামস 103

সামসঙ্গীত 104 / সামস 104

সামসঙ্গীত 105 / সামস 105

সামসঙ্গীত 106 / সামস 106

সামসঙ্গীত 107 / সামস 107

সামসঙ্গীত 108 / সামস 108

সামসঙ্গীত 109 / সামস 109

সামসঙ্গীত 110 / সামস 110

সামসঙ্গীত 111 / সামস 111

সামসঙ্গীত 112 / সামস 112

সামসঙ্গীত 113 / সামস 113

সামসঙ্গীত 114 / সামস 114

সামসঙ্গীত 115 / সামস 115

সামসঙ্গীত 116 / সামস 116

সামসঙ্গীত 117 / সামস 117

সামসঙ্গীত 118 / সামস 118

সামসঙ্গীত 119 / সামস 119

সামসঙ্গীত 120 / সামস 120

সামসঙ্গীত 121 / সামস 121

সামসঙ্গীত 122 / সামস 122

সামসঙ্গীত 123 / সামস 123

সামসঙ্গীত 124 / সামস 124

সামসঙ্গীত 125 / সামস 125

সামসঙ্গীত 126 / সামস 126

সামসঙ্গীত 127 / সামস 127

সামসঙ্গীত 128 / সামস 128

সামসঙ্গীত 129 / সামস 129

সামসঙ্গীত 130 / সামস 130

সামসঙ্গীত 131 / সামস 131

সামসঙ্গীত 132 / সামস 132

সামসঙ্গীত 133 / সামস 133

সামসঙ্গীত 134 / সামস 134

সামসঙ্গীত 135 / সামস 135

সামসঙ্গীত 136 / সামস 136

সামসঙ্গীত 137 / সামস 137

সামসঙ্গীত 138 / সামস 138

সামসঙ্গীত 139 / সামস 139

সামসঙ্গীত 140 / সামস 140

সামসঙ্গীত 141 / সামস 141

সামসঙ্গীত 142 / সামস 142

সামসঙ্গীত 143 / সামস 143

সামসঙ্গীত 144 / সামস 144

সামসঙ্গীত 145 / সামস 145

সামসঙ্গীত 146 / সামস 146

সামসঙ্গীত 147 / সামস 147

সামসঙ্গীত 148 / সামস 148

সামসঙ্গীত 149 / সামস 149

সামসঙ্গীত 150 / সামস 150