A A A A A
×

ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 103

1
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
2
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
3
যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
4
যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
5
যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
6
যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
7
তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
8
যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9
তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
10
তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
11
কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
12
পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
13
বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
14
কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
15
মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
16
ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়।
17
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
18
তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
19
যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
20
হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
21
হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
22
হে যিহোৱাৰ সকলো নির্মিত বস্তু, তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
সামসঙ্গীত 103:1
সামসঙ্গীত 103:2
সামসঙ্গীত 103:3
সামসঙ্গীত 103:4
সামসঙ্গীত 103:5
সামসঙ্গীত 103:6
সামসঙ্গীত 103:7
সামসঙ্গীত 103:8
সামসঙ্গীত 103:9
সামসঙ্গীত 103:10
সামসঙ্গীত 103:11
সামসঙ্গীত 103:12
সামসঙ্গীত 103:13
সামসঙ্গীত 103:14
সামসঙ্গীত 103:15
সামসঙ্গীত 103:16
সামসঙ্গীত 103:17
সামসঙ্গীত 103:18
সামসঙ্গীত 103:19
সামসঙ্গীত 103:20
সামসঙ্গীত 103:21
সামসঙ্গীত 103:22
সামসঙ্গীত 1 / সামস 1
সামসঙ্গীত 2 / সামস 2
সামসঙ্গীত 3 / সামস 3
সামসঙ্গীত 4 / সামস 4
সামসঙ্গীত 5 / সামস 5
সামসঙ্গীত 6 / সামস 6
সামসঙ্গীত 7 / সামস 7
সামসঙ্গীত 8 / সামস 8
সামসঙ্গীত 9 / সামস 9
সামসঙ্গীত 10 / সামস 10
সামসঙ্গীত 11 / সামস 11
সামসঙ্গীত 12 / সামস 12
সামসঙ্গীত 13 / সামস 13
সামসঙ্গীত 14 / সামস 14
সামসঙ্গীত 15 / সামস 15
সামসঙ্গীত 16 / সামস 16
সামসঙ্গীত 17 / সামস 17
সামসঙ্গীত 18 / সামস 18
সামসঙ্গীত 19 / সামস 19
সামসঙ্গীত 20 / সামস 20
সামসঙ্গীত 21 / সামস 21
সামসঙ্গীত 22 / সামস 22
সামসঙ্গীত 23 / সামস 23
সামসঙ্গীত 24 / সামস 24
সামসঙ্গীত 25 / সামস 25
সামসঙ্গীত 26 / সামস 26
সামসঙ্গীত 27 / সামস 27
সামসঙ্গীত 28 / সামস 28
সামসঙ্গীত 29 / সামস 29
সামসঙ্গীত 30 / সামস 30
সামসঙ্গীত 31 / সামস 31
সামসঙ্গীত 32 / সামস 32
সামসঙ্গীত 33 / সামস 33
সামসঙ্গীত 34 / সামস 34
সামসঙ্গীত 35 / সামস 35
সামসঙ্গীত 36 / সামস 36
সামসঙ্গীত 37 / সামস 37
সামসঙ্গীত 38 / সামস 38
সামসঙ্গীত 39 / সামস 39
সামসঙ্গীত 40 / সামস 40
সামসঙ্গীত 41 / সামস 41
সামসঙ্গীত 42 / সামস 42
সামসঙ্গীত 43 / সামস 43
সামসঙ্গীত 44 / সামস 44
সামসঙ্গীত 45 / সামস 45
সামসঙ্গীত 46 / সামস 46
সামসঙ্গীত 47 / সামস 47
সামসঙ্গীত 48 / সামস 48
সামসঙ্গীত 49 / সামস 49
সামসঙ্গীত 50 / সামস 50
সামসঙ্গীত 51 / সামস 51
সামসঙ্গীত 52 / সামস 52
সামসঙ্গীত 53 / সামস 53
সামসঙ্গীত 54 / সামস 54
সামসঙ্গীত 55 / সামস 55
সামসঙ্গীত 56 / সামস 56
সামসঙ্গীত 57 / সামস 57
সামসঙ্গীত 58 / সামস 58
সামসঙ্গীত 59 / সামস 59
সামসঙ্গীত 60 / সামস 60
সামসঙ্গীত 61 / সামস 61
সামসঙ্গীত 62 / সামস 62
সামসঙ্গীত 63 / সামস 63
সামসঙ্গীত 64 / সামস 64
সামসঙ্গীত 65 / সামস 65
সামসঙ্গীত 66 / সামস 66
সামসঙ্গীত 67 / সামস 67
সামসঙ্গীত 68 / সামস 68
সামসঙ্গীত 69 / সামস 69
সামসঙ্গীত 70 / সামস 70
সামসঙ্গীত 71 / সামস 71
সামসঙ্গীত 72 / সামস 72
সামসঙ্গীত 73 / সামস 73
সামসঙ্গীত 74 / সামস 74
সামসঙ্গীত 75 / সামস 75
সামসঙ্গীত 76 / সামস 76
সামসঙ্গীত 77 / সামস 77
সামসঙ্গীত 78 / সামস 78
সামসঙ্গীত 79 / সামস 79
সামসঙ্গীত 80 / সামস 80
সামসঙ্গীত 81 / সামস 81
সামসঙ্গীত 82 / সামস 82
সামসঙ্গীত 83 / সামস 83
সামসঙ্গীত 84 / সামস 84
সামসঙ্গীত 85 / সামস 85
সামসঙ্গীত 86 / সামস 86
সামসঙ্গীত 87 / সামস 87
সামসঙ্গীত 88 / সামস 88
সামসঙ্গীত 89 / সামস 89
সামসঙ্গীত 90 / সামস 90
সামসঙ্গীত 91 / সামস 91
সামসঙ্গীত 92 / সামস 92
সামসঙ্গীত 93 / সামস 93
সামসঙ্গীত 94 / সামস 94
সামসঙ্গীত 95 / সামস 95
সামসঙ্গীত 96 / সামস 96
সামসঙ্গীত 97 / সামস 97
সামসঙ্গীত 98 / সামস 98
সামসঙ্গীত 99 / সামস 99
সামসঙ্গীত 100 / সামস 100
সামসঙ্গীত 101 / সামস 101
সামসঙ্গীত 102 / সামস 102
সামসঙ্গীত 103 / সামস 103
সামসঙ্গীত 104 / সামস 104
সামসঙ্গীত 105 / সামস 105
সামসঙ্গীত 106 / সামস 106
সামসঙ্গীত 107 / সামস 107
সামসঙ্গীত 108 / সামস 108
সামসঙ্গীত 109 / সামস 109
সামসঙ্গীত 110 / সামস 110
সামসঙ্গীত 111 / সামস 111
সামসঙ্গীত 112 / সামস 112
সামসঙ্গীত 113 / সামস 113
সামসঙ্গীত 114 / সামস 114
সামসঙ্গীত 115 / সামস 115
সামসঙ্গীত 116 / সামস 116
সামসঙ্গীত 117 / সামস 117
সামসঙ্গীত 118 / সামস 118
সামসঙ্গীত 119 / সামস 119
সামসঙ্গীত 120 / সামস 120
সামসঙ্গীত 121 / সামস 121
সামসঙ্গীত 122 / সামস 122
সামসঙ্গীত 123 / সামস 123
সামসঙ্গীত 124 / সামস 124
সামসঙ্গীত 125 / সামস 125
সামসঙ্গীত 126 / সামস 126
সামসঙ্গীত 127 / সামস 127
সামসঙ্গীত 128 / সামস 128
সামসঙ্গীত 129 / সামস 129
সামসঙ্গীত 130 / সামস 130
সামসঙ্গীত 131 / সামস 131
সামসঙ্গীত 132 / সামস 132
সামসঙ্গীত 133 / সামস 133
সামসঙ্গীত 134 / সামস 134
সামসঙ্গীত 135 / সামস 135
সামসঙ্গীত 136 / সামস 136
সামসঙ্গীত 137 / সামস 137
সামসঙ্গীত 138 / সামস 138
সামসঙ্গীত 139 / সামস 139
সামসঙ্গীত 140 / সামস 140
সামসঙ্গীত 141 / সামস 141
সামসঙ্গীত 142 / সামস 142
সামসঙ্গীত 143 / সামস 143
সামসঙ্গীত 144 / সামস 144
সামসঙ্গীত 145 / সামস 145
সামসঙ্গীত 146 / সামস 146
সামসঙ্গীত 147 / সামস 147
সামসঙ্গীত 148 / সামস 148
সামসঙ্গীত 149 / সামস 149
সামসঙ্গীত 150 / সামস 150