A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

এজেকিয়েল 15



1
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2
“হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
3
কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব?
4
চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?
5
চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
6
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।
7
কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
8
আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।











এজেকিয়েল 15:1
এজেকিয়েল 15:2
এজেকিয়েল 15:3
এজেকিয়েল 15:4
এজেকিয়েল 15:5
এজেকিয়েল 15:6
এজেকিয়েল 15:7
এজেকিয়েল 15:8






এজেকিয়েল 1 / এজে 1
এজেকিয়েল 2 / এজে 2
এজেকিয়েল 3 / এজে 3
এজেকিয়েল 4 / এজে 4
এজেকিয়েল 5 / এজে 5
এজেকিয়েল 6 / এজে 6
এজেকিয়েল 7 / এজে 7
এজেকিয়েল 8 / এজে 8
এজেকিয়েল 9 / এজে 9
এজেকিয়েল 10 / এজে 10
এজেকিয়েল 11 / এজে 11
এজেকিয়েল 12 / এজে 12
এজেকিয়েল 13 / এজে 13
এজেকিয়েল 14 / এজে 14
এজেকিয়েল 15 / এজে 15
এজেকিয়েল 16 / এজে 16
এজেকিয়েল 17 / এজে 17
এজেকিয়েল 18 / এজে 18
এজেকিয়েল 19 / এজে 19
এজেকিয়েল 20 / এজে 20
এজেকিয়েল 21 / এজে 21
এজেকিয়েল 22 / এজে 22
এজেকিয়েল 23 / এজে 23
এজেকিয়েল 24 / এজে 24
এজেকিয়েল 25 / এজে 25
এজেকিয়েল 26 / এজে 26
এজেকিয়েল 27 / এজে 27
এজেকিয়েল 28 / এজে 28
এজেকিয়েল 29 / এজে 29
এজেকিয়েল 30 / এজে 30
এজেকিয়েল 31 / এজে 31
এজেকিয়েল 32 / এজে 32
এজেকিয়েল 33 / এজে 33
এজেকিয়েল 34 / এজে 34
এজেকিয়েল 35 / এজে 35
এজেকিয়েল 36 / এজে 36
এজেকিয়েল 37 / এজে 37
এজেকিয়েল 38 / এজে 38
এজেকিয়েল 39 / এজে 39
এজেকিয়েল 40 / এজে 40
এজেকিয়েল 41 / এজে 41
এজেকিয়েল 42 / এজে 42
এজেকিয়েল 43 / এজে 43
এজেকিয়েল 44 / এজে 44
এজেকিয়েল 45 / এজে 45
এজেকিয়েল 46 / এজে 46
এজেকিয়েল 47 / এজে 47
এজেকিয়েল 48 / এজে 48