A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

ইসাইয়া 46



1
বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
2
একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।
3
গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
4
আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
5
তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ,সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?
6
লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
7
তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
8
হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা
9
সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ,আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।
10
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
11
মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।
12
সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা।
13
মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।











ইসাইয়া 46:1
ইসাইয়া 46:2
ইসাইয়া 46:3
ইসাইয়া 46:4
ইসাইয়া 46:5
ইসাইয়া 46:6
ইসাইয়া 46:7
ইসাইয়া 46:8
ইসাইয়া 46:9
ইসাইয়া 46:10
ইসাইয়া 46:11
ইসাইয়া 46:12
ইসাইয়া 46:13






ইসাইয়া 1 / ইসা 1
ইসাইয়া 2 / ইসা 2
ইসাইয়া 3 / ইসা 3
ইসাইয়া 4 / ইসা 4
ইসাইয়া 5 / ইসা 5
ইসাইয়া 6 / ইসা 6
ইসাইয়া 7 / ইসা 7
ইসাইয়া 8 / ইসা 8
ইসাইয়া 9 / ইসা 9
ইসাইয়া 10 / ইসা 10
ইসাইয়া 11 / ইসা 11
ইসাইয়া 12 / ইসা 12
ইসাইয়া 13 / ইসা 13
ইসাইয়া 14 / ইসা 14
ইসাইয়া 15 / ইসা 15
ইসাইয়া 16 / ইসা 16
ইসাইয়া 17 / ইসা 17
ইসাইয়া 18 / ইসা 18
ইসাইয়া 19 / ইসা 19
ইসাইয়া 20 / ইসা 20
ইসাইয়া 21 / ইসা 21
ইসাইয়া 22 / ইসা 22
ইসাইয়া 23 / ইসা 23
ইসাইয়া 24 / ইসা 24
ইসাইয়া 25 / ইসা 25
ইসাইয়া 26 / ইসা 26
ইসাইয়া 27 / ইসা 27
ইসাইয়া 28 / ইসা 28
ইসাইয়া 29 / ইসা 29
ইসাইয়া 30 / ইসা 30
ইসাইয়া 31 / ইসা 31
ইসাইয়া 32 / ইসা 32
ইসাইয়া 33 / ইসা 33
ইসাইয়া 34 / ইসা 34
ইসাইয়া 35 / ইসা 35
ইসাইয়া 36 / ইসা 36
ইসাইয়া 37 / ইসা 37
ইসাইয়া 38 / ইসা 38
ইসাইয়া 39 / ইসা 39
ইসাইয়া 40 / ইসা 40
ইসাইয়া 41 / ইসা 41
ইসাইয়া 42 / ইসা 42
ইসাইয়া 43 / ইসা 43
ইসাইয়া 44 / ইসা 44
ইসাইয়া 45 / ইসা 45
ইসাইয়া 46 / ইসা 46
ইসাইয়া 47 / ইসা 47
ইসাইয়া 48 / ইসা 48
ইসাইয়া 49 / ইসা 49
ইসাইয়া 50 / ইসা 50
ইসাইয়া 51 / ইসা 51
ইসাইয়া 52 / ইসা 52
ইসাইয়া 53 / ইসা 53
ইসাইয়া 54 / ইসা 54
ইসাইয়া 55 / ইসা 55
ইসাইয়া 56 / ইসা 56
ইসাইয়া 57 / ইসা 57
ইসাইয়া 58 / ইসা 58
ইসাইয়া 59 / ইসা 59
ইসাইয়া 60 / ইসা 60
ইসাইয়া 61 / ইসা 61
ইসাইয়া 62 / ইসা 62
ইসাইয়া 63 / ইসা 63
ইসাইয়া 64 / ইসা 64
ইসাইয়া 65 / ইসা 65
ইসাইয়া 66 / ইসা 66