A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 9



1
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
2
মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
3
মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
4
তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
5
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
6
শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
7
কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8
তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
9
উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
10
যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
11
যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
12
কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
13
হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
14
মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
15
আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
16
ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।
17
যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;
18
অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
19
হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
20
হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।











সামসঙ্গীত 9:1
সামসঙ্গীত 9:2
সামসঙ্গীত 9:3
সামসঙ্গীত 9:4
সামসঙ্গীত 9:5
সামসঙ্গীত 9:6
সামসঙ্গীত 9:7
সামসঙ্গীত 9:8
সামসঙ্গীত 9:9
সামসঙ্গীত 9:10
সামসঙ্গীত 9:11
সামসঙ্গীত 9:12
সামসঙ্গীত 9:13
সামসঙ্গীত 9:14
সামসঙ্গীত 9:15
সামসঙ্গীত 9:16
সামসঙ্গীত 9:17
সামসঙ্গীত 9:18
সামসঙ্গীত 9:19
সামসঙ্গীত 9:20






সামসঙ্গীত 1 / সামস 1
সামসঙ্গীত 2 / সামস 2
সামসঙ্গীত 3 / সামস 3
সামসঙ্গীত 4 / সামস 4
সামসঙ্গীত 5 / সামস 5
সামসঙ্গীত 6 / সামস 6
সামসঙ্গীত 7 / সামস 7
সামসঙ্গীত 8 / সামস 8
সামসঙ্গীত 9 / সামস 9
সামসঙ্গীত 10 / সামস 10
সামসঙ্গীত 11 / সামস 11
সামসঙ্গীত 12 / সামস 12
সামসঙ্গীত 13 / সামস 13
সামসঙ্গীত 14 / সামস 14
সামসঙ্গীত 15 / সামস 15
সামসঙ্গীত 16 / সামস 16
সামসঙ্গীত 17 / সামস 17
সামসঙ্গীত 18 / সামস 18
সামসঙ্গীত 19 / সামস 19
সামসঙ্গীত 20 / সামস 20
সামসঙ্গীত 21 / সামস 21
সামসঙ্গীত 22 / সামস 22
সামসঙ্গীত 23 / সামস 23
সামসঙ্গীত 24 / সামস 24
সামসঙ্গীত 25 / সামস 25
সামসঙ্গীত 26 / সামস 26
সামসঙ্গীত 27 / সামস 27
সামসঙ্গীত 28 / সামস 28
সামসঙ্গীত 29 / সামস 29
সামসঙ্গীত 30 / সামস 30
সামসঙ্গীত 31 / সামস 31
সামসঙ্গীত 32 / সামস 32
সামসঙ্গীত 33 / সামস 33
সামসঙ্গীত 34 / সামস 34
সামসঙ্গীত 35 / সামস 35
সামসঙ্গীত 36 / সামস 36
সামসঙ্গীত 37 / সামস 37
সামসঙ্গীত 38 / সামস 38
সামসঙ্গীত 39 / সামস 39
সামসঙ্গীত 40 / সামস 40
সামসঙ্গীত 41 / সামস 41
সামসঙ্গীত 42 / সামস 42
সামসঙ্গীত 43 / সামস 43
সামসঙ্গীত 44 / সামস 44
সামসঙ্গীত 45 / সামস 45
সামসঙ্গীত 46 / সামস 46
সামসঙ্গীত 47 / সামস 47
সামসঙ্গীত 48 / সামস 48
সামসঙ্গীত 49 / সামস 49
সামসঙ্গীত 50 / সামস 50
সামসঙ্গীত 51 / সামস 51
সামসঙ্গীত 52 / সামস 52
সামসঙ্গীত 53 / সামস 53
সামসঙ্গীত 54 / সামস 54
সামসঙ্গীত 55 / সামস 55
সামসঙ্গীত 56 / সামস 56
সামসঙ্গীত 57 / সামস 57
সামসঙ্গীত 58 / সামস 58
সামসঙ্গীত 59 / সামস 59
সামসঙ্গীত 60 / সামস 60
সামসঙ্গীত 61 / সামস 61
সামসঙ্গীত 62 / সামস 62
সামসঙ্গীত 63 / সামস 63
সামসঙ্গীত 64 / সামস 64
সামসঙ্গীত 65 / সামস 65
সামসঙ্গীত 66 / সামস 66
সামসঙ্গীত 67 / সামস 67
সামসঙ্গীত 68 / সামস 68
সামসঙ্গীত 69 / সামস 69
সামসঙ্গীত 70 / সামস 70
সামসঙ্গীত 71 / সামস 71
সামসঙ্গীত 72 / সামস 72
সামসঙ্গীত 73 / সামস 73
সামসঙ্গীত 74 / সামস 74
সামসঙ্গীত 75 / সামস 75
সামসঙ্গীত 76 / সামস 76
সামসঙ্গীত 77 / সামস 77
সামসঙ্গীত 78 / সামস 78
সামসঙ্গীত 79 / সামস 79
সামসঙ্গীত 80 / সামস 80
সামসঙ্গীত 81 / সামস 81
সামসঙ্গীত 82 / সামস 82
সামসঙ্গীত 83 / সামস 83
সামসঙ্গীত 84 / সামস 84
সামসঙ্গীত 85 / সামস 85
সামসঙ্গীত 86 / সামস 86
সামসঙ্গীত 87 / সামস 87
সামসঙ্গীত 88 / সামস 88
সামসঙ্গীত 89 / সামস 89
সামসঙ্গীত 90 / সামস 90
সামসঙ্গীত 91 / সামস 91
সামসঙ্গীত 92 / সামস 92
সামসঙ্গীত 93 / সামস 93
সামসঙ্গীত 94 / সামস 94
সামসঙ্গীত 95 / সামস 95
সামসঙ্গীত 96 / সামস 96
সামসঙ্গীত 97 / সামস 97
সামসঙ্গীত 98 / সামস 98
সামসঙ্গীত 99 / সামস 99
সামসঙ্গীত 100 / সামস 100
সামসঙ্গীত 101 / সামস 101
সামসঙ্গীত 102 / সামস 102
সামসঙ্গীত 103 / সামস 103
সামসঙ্গীত 104 / সামস 104
সামসঙ্গীত 105 / সামস 105
সামসঙ্গীত 106 / সামস 106
সামসঙ্গীত 107 / সামস 107
সামসঙ্গীত 108 / সামস 108
সামসঙ্গীত 109 / সামস 109
সামসঙ্গীত 110 / সামস 110
সামসঙ্গীত 111 / সামস 111
সামসঙ্গীত 112 / সামস 112
সামসঙ্গীত 113 / সামস 113
সামসঙ্গীত 114 / সামস 114
সামসঙ্গীত 115 / সামস 115
সামসঙ্গীত 116 / সামস 116
সামসঙ্গীত 117 / সামস 117
সামসঙ্গীত 118 / সামস 118
সামসঙ্গীত 119 / সামস 119
সামসঙ্গীত 120 / সামস 120
সামসঙ্গীত 121 / সামস 121
সামসঙ্গীত 122 / সামস 122
সামসঙ্গীত 123 / সামস 123
সামসঙ্গীত 124 / সামস 124
সামসঙ্গীত 125 / সামস 125
সামসঙ্গীত 126 / সামস 126
সামসঙ্গীত 127 / সামস 127
সামসঙ্গীত 128 / সামস 128
সামসঙ্গীত 129 / সামস 129
সামসঙ্গীত 130 / সামস 130
সামসঙ্গীত 131 / সামস 131
সামসঙ্গীত 132 / সামস 132
সামসঙ্গীত 133 / সামস 133
সামসঙ্গীত 134 / সামস 134
সামসঙ্গীত 135 / সামস 135
সামসঙ্গীত 136 / সামস 136
সামসঙ্গীত 137 / সামস 137
সামসঙ্গীত 138 / সামস 138
সামসঙ্গীত 139 / সামস 139
সামসঙ্গীত 140 / সামস 140
সামসঙ্গীত 141 / সামস 141
সামসঙ্গীত 142 / সামস 142
সামসঙ্গীত 143 / সামস 143
সামসঙ্গীত 144 / সামস 144
সামসঙ্গীত 145 / সামস 145
সামসঙ্গীত 146 / সামস 146
সামসঙ্গীত 147 / সামস 147
সামসঙ্গীত 148 / সামস 148
সামসঙ্গীত 149 / সামস 149
সামসঙ্গীত 150 / সামস 150