1 |
পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে। |
2 |
চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে। |
3 |
আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব। |
4 |
তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে। |
5 |
“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।” |
6 |
আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা) |
7 |
হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ। |
8 |
তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে। |
9 |
তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ। |
10 |
কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই। |
11 |
এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই। |
12 |
“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই। |
13 |
ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে? |
14 |
ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা। |
15 |
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।” |
16 |
কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? |
17 |
কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা। |
18 |
চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা। |
19 |
দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়। |
20 |
তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা। |
21 |
এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম। |
22 |
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। |
23 |
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
সামসঙ্গীত 50:1 |
সামসঙ্গীত 50:2 |
সামসঙ্গীত 50:3 |
সামসঙ্গীত 50:4 |
সামসঙ্গীত 50:5 |
সামসঙ্গীত 50:6 |
সামসঙ্গীত 50:7 |
সামসঙ্গীত 50:8 |
সামসঙ্গীত 50:9 |
সামসঙ্গীত 50:10 |
সামসঙ্গীত 50:11 |
সামসঙ্গীত 50:12 |
সামসঙ্গীত 50:13 |
সামসঙ্গীত 50:14 |
সামসঙ্গীত 50:15 |
সামসঙ্গীত 50:16 |
সামসঙ্গীত 50:17 |
সামসঙ্গীত 50:18 |
সামসঙ্গীত 50:19 |
সামসঙ্গীত 50:20 |
সামসঙ্গীত 50:21 |
সামসঙ্গীত 50:22 |
সামসঙ্গীত 50:23 |
|
|
|
|
|
|
সামসঙ্গীত 1 / সামস 1 |
সামসঙ্গীত 2 / সামস 2 |
সামসঙ্গীত 3 / সামস 3 |
সামসঙ্গীত 4 / সামস 4 |
সামসঙ্গীত 5 / সামস 5 |
সামসঙ্গীত 6 / সামস 6 |
সামসঙ্গীত 7 / সামস 7 |
সামসঙ্গীত 8 / সামস 8 |
সামসঙ্গীত 9 / সামস 9 |
সামসঙ্গীত 10 / সামস 10 |
সামসঙ্গীত 11 / সামস 11 |
সামসঙ্গীত 12 / সামস 12 |
সামসঙ্গীত 13 / সামস 13 |
সামসঙ্গীত 14 / সামস 14 |
সামসঙ্গীত 15 / সামস 15 |
সামসঙ্গীত 16 / সামস 16 |
সামসঙ্গীত 17 / সামস 17 |
সামসঙ্গীত 18 / সামস 18 |
সামসঙ্গীত 19 / সামস 19 |
সামসঙ্গীত 20 / সামস 20 |
সামসঙ্গীত 21 / সামস 21 |
সামসঙ্গীত 22 / সামস 22 |
সামসঙ্গীত 23 / সামস 23 |
সামসঙ্গীত 24 / সামস 24 |
সামসঙ্গীত 25 / সামস 25 |
সামসঙ্গীত 26 / সামস 26 |
সামসঙ্গীত 27 / সামস 27 |
সামসঙ্গীত 28 / সামস 28 |
সামসঙ্গীত 29 / সামস 29 |
সামসঙ্গীত 30 / সামস 30 |
সামসঙ্গীত 31 / সামস 31 |
সামসঙ্গীত 32 / সামস 32 |
সামসঙ্গীত 33 / সামস 33 |
সামসঙ্গীত 34 / সামস 34 |
সামসঙ্গীত 35 / সামস 35 |
সামসঙ্গীত 36 / সামস 36 |
সামসঙ্গীত 37 / সামস 37 |
সামসঙ্গীত 38 / সামস 38 |
সামসঙ্গীত 39 / সামস 39 |
সামসঙ্গীত 40 / সামস 40 |
সামসঙ্গীত 41 / সামস 41 |
সামসঙ্গীত 42 / সামস 42 |
সামসঙ্গীত 43 / সামস 43 |
সামসঙ্গীত 44 / সামস 44 |
সামসঙ্গীত 45 / সামস 45 |
সামসঙ্গীত 46 / সামস 46 |
সামসঙ্গীত 47 / সামস 47 |
সামসঙ্গীত 48 / সামস 48 |
সামসঙ্গীত 49 / সামস 49 |
সামসঙ্গীত 50 / সামস 50 |
সামসঙ্গীত 51 / সামস 51 |
সামসঙ্গীত 52 / সামস 52 |
সামসঙ্গীত 53 / সামস 53 |
সামসঙ্গীত 54 / সামস 54 |
সামসঙ্গীত 55 / সামস 55 |
সামসঙ্গীত 56 / সামস 56 |
সামসঙ্গীত 57 / সামস 57 |
সামসঙ্গীত 58 / সামস 58 |
সামসঙ্গীত 59 / সামস 59 |
সামসঙ্গীত 60 / সামস 60 |
সামসঙ্গীত 61 / সামস 61 |
সামসঙ্গীত 62 / সামস 62 |
সামসঙ্গীত 63 / সামস 63 |
সামসঙ্গীত 64 / সামস 64 |
সামসঙ্গীত 65 / সামস 65 |
সামসঙ্গীত 66 / সামস 66 |
সামসঙ্গীত 67 / সামস 67 |
সামসঙ্গীত 68 / সামস 68 |
সামসঙ্গীত 69 / সামস 69 |
সামসঙ্গীত 70 / সামস 70 |
সামসঙ্গীত 71 / সামস 71 |
সামসঙ্গীত 72 / সামস 72 |
সামসঙ্গীত 73 / সামস 73 |
সামসঙ্গীত 74 / সামস 74 |
সামসঙ্গীত 75 / সামস 75 |
সামসঙ্গীত 76 / সামস 76 |
সামসঙ্গীত 77 / সামস 77 |
সামসঙ্গীত 78 / সামস 78 |
সামসঙ্গীত 79 / সামস 79 |
সামসঙ্গীত 80 / সামস 80 |
সামসঙ্গীত 81 / সামস 81 |
সামসঙ্গীত 82 / সামস 82 |
সামসঙ্গীত 83 / সামস 83 |
সামসঙ্গীত 84 / সামস 84 |
সামসঙ্গীত 85 / সামস 85 |
সামসঙ্গীত 86 / সামস 86 |
সামসঙ্গীত 87 / সামস 87 |
সামসঙ্গীত 88 / সামস 88 |
সামসঙ্গীত 89 / সামস 89 |
সামসঙ্গীত 90 / সামস 90 |
সামসঙ্গীত 91 / সামস 91 |
সামসঙ্গীত 92 / সামস 92 |
সামসঙ্গীত 93 / সামস 93 |
সামসঙ্গীত 94 / সামস 94 |
সামসঙ্গীত 95 / সামস 95 |
সামসঙ্গীত 96 / সামস 96 |
সামসঙ্গীত 97 / সামস 97 |
সামসঙ্গীত 98 / সামস 98 |
সামসঙ্গীত 99 / সামস 99 |
সামসঙ্গীত 100 / সামস 100 |
সামসঙ্গীত 101 / সামস 101 |
সামসঙ্গীত 102 / সামস 102 |
সামসঙ্গীত 103 / সামস 103 |
সামসঙ্গীত 104 / সামস 104 |
সামসঙ্গীত 105 / সামস 105 |
সামসঙ্গীত 106 / সামস 106 |
সামসঙ্গীত 107 / সামস 107 |
সামসঙ্গীত 108 / সামস 108 |
সামসঙ্গীত 109 / সামস 109 |
সামসঙ্গীত 110 / সামস 110 |
সামসঙ্গীত 111 / সামস 111 |
সামসঙ্গীত 112 / সামস 112 |
সামসঙ্গীত 113 / সামস 113 |
সামসঙ্গীত 114 / সামস 114 |
সামসঙ্গীত 115 / সামস 115 |
সামসঙ্গীত 116 / সামস 116 |
সামসঙ্গীত 117 / সামস 117 |
সামসঙ্গীত 118 / সামস 118 |
সামসঙ্গীত 119 / সামস 119 |
সামসঙ্গীত 120 / সামস 120 |
সামসঙ্গীত 121 / সামস 121 |
সামসঙ্গীত 122 / সামস 122 |
সামসঙ্গীত 123 / সামস 123 |
সামসঙ্গীত 124 / সামস 124 |
সামসঙ্গীত 125 / সামস 125 |
সামসঙ্গীত 126 / সামস 126 |
সামসঙ্গীত 127 / সামস 127 |
সামসঙ্গীত 128 / সামস 128 |
সামসঙ্গীত 129 / সামস 129 |
সামসঙ্গীত 130 / সামস 130 |
সামসঙ্গীত 131 / সামস 131 |
সামসঙ্গীত 132 / সামস 132 |
সামসঙ্গীত 133 / সামস 133 |
সামসঙ্গীত 134 / সামস 134 |
সামসঙ্গীত 135 / সামস 135 |
সামসঙ্গীত 136 / সামস 136 |
সামসঙ্গীত 137 / সামস 137 |
সামসঙ্গীত 138 / সামস 138 |
সামসঙ্গীত 139 / সামস 139 |
সামসঙ্গীত 140 / সামস 140 |
সামসঙ্গীত 141 / সামস 141 |
সামসঙ্গীত 142 / সামস 142 |
সামসঙ্গীত 143 / সামস 143 |
সামসঙ্গীত 144 / সামস 144 |
সামসঙ্গীত 145 / সামস 145 |
সামসঙ্গীত 146 / সামস 146 |
সামসঙ্গীত 147 / সামস 147 |
সামসঙ্গীত 148 / সামস 148 |
সামসঙ্গীত 149 / সামস 149 |
সামসঙ্গীত 150 / সামস 150 |