A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 49



1
হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
2
উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
3
মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
4
মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।
5
মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?
6
সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।
7
কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
8
কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
9
যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।
10
আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
11
তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
12
কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
13
যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
14
তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব । তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।
15
কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।
16
যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
17
কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
18
যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
19
তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
20
কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।











সামসঙ্গীত 49:1
সামসঙ্গীত 49:2
সামসঙ্গীত 49:3
সামসঙ্গীত 49:4
সামসঙ্গীত 49:5
সামসঙ্গীত 49:6
সামসঙ্গীত 49:7
সামসঙ্গীত 49:8
সামসঙ্গীত 49:9
সামসঙ্গীত 49:10
সামসঙ্গীত 49:11
সামসঙ্গীত 49:12
সামসঙ্গীত 49:13
সামসঙ্গীত 49:14
সামসঙ্গীত 49:15
সামসঙ্গীত 49:16
সামসঙ্গীত 49:17
সামসঙ্গীত 49:18
সামসঙ্গীত 49:19
সামসঙ্গীত 49:20






সামসঙ্গীত 1 / সামস 1
সামসঙ্গীত 2 / সামস 2
সামসঙ্গীত 3 / সামস 3
সামসঙ্গীত 4 / সামস 4
সামসঙ্গীত 5 / সামস 5
সামসঙ্গীত 6 / সামস 6
সামসঙ্গীত 7 / সামস 7
সামসঙ্গীত 8 / সামস 8
সামসঙ্গীত 9 / সামস 9
সামসঙ্গীত 10 / সামস 10
সামসঙ্গীত 11 / সামস 11
সামসঙ্গীত 12 / সামস 12
সামসঙ্গীত 13 / সামস 13
সামসঙ্গীত 14 / সামস 14
সামসঙ্গীত 15 / সামস 15
সামসঙ্গীত 16 / সামস 16
সামসঙ্গীত 17 / সামস 17
সামসঙ্গীত 18 / সামস 18
সামসঙ্গীত 19 / সামস 19
সামসঙ্গীত 20 / সামস 20
সামসঙ্গীত 21 / সামস 21
সামসঙ্গীত 22 / সামস 22
সামসঙ্গীত 23 / সামস 23
সামসঙ্গীত 24 / সামস 24
সামসঙ্গীত 25 / সামস 25
সামসঙ্গীত 26 / সামস 26
সামসঙ্গীত 27 / সামস 27
সামসঙ্গীত 28 / সামস 28
সামসঙ্গীত 29 / সামস 29
সামসঙ্গীত 30 / সামস 30
সামসঙ্গীত 31 / সামস 31
সামসঙ্গীত 32 / সামস 32
সামসঙ্গীত 33 / সামস 33
সামসঙ্গীত 34 / সামস 34
সামসঙ্গীত 35 / সামস 35
সামসঙ্গীত 36 / সামস 36
সামসঙ্গীত 37 / সামস 37
সামসঙ্গীত 38 / সামস 38
সামসঙ্গীত 39 / সামস 39
সামসঙ্গীত 40 / সামস 40
সামসঙ্গীত 41 / সামস 41
সামসঙ্গীত 42 / সামস 42
সামসঙ্গীত 43 / সামস 43
সামসঙ্গীত 44 / সামস 44
সামসঙ্গীত 45 / সামস 45
সামসঙ্গীত 46 / সামস 46
সামসঙ্গীত 47 / সামস 47
সামসঙ্গীত 48 / সামস 48
সামসঙ্গীত 49 / সামস 49
সামসঙ্গীত 50 / সামস 50
সামসঙ্গীত 51 / সামস 51
সামসঙ্গীত 52 / সামস 52
সামসঙ্গীত 53 / সামস 53
সামসঙ্গীত 54 / সামস 54
সামসঙ্গীত 55 / সামস 55
সামসঙ্গীত 56 / সামস 56
সামসঙ্গীত 57 / সামস 57
সামসঙ্গীত 58 / সামস 58
সামসঙ্গীত 59 / সামস 59
সামসঙ্গীত 60 / সামস 60
সামসঙ্গীত 61 / সামস 61
সামসঙ্গীত 62 / সামস 62
সামসঙ্গীত 63 / সামস 63
সামসঙ্গীত 64 / সামস 64
সামসঙ্গীত 65 / সামস 65
সামসঙ্গীত 66 / সামস 66
সামসঙ্গীত 67 / সামস 67
সামসঙ্গীত 68 / সামস 68
সামসঙ্গীত 69 / সামস 69
সামসঙ্গীত 70 / সামস 70
সামসঙ্গীত 71 / সামস 71
সামসঙ্গীত 72 / সামস 72
সামসঙ্গীত 73 / সামস 73
সামসঙ্গীত 74 / সামস 74
সামসঙ্গীত 75 / সামস 75
সামসঙ্গীত 76 / সামস 76
সামসঙ্গীত 77 / সামস 77
সামসঙ্গীত 78 / সামস 78
সামসঙ্গীত 79 / সামস 79
সামসঙ্গীত 80 / সামস 80
সামসঙ্গীত 81 / সামস 81
সামসঙ্গীত 82 / সামস 82
সামসঙ্গীত 83 / সামস 83
সামসঙ্গীত 84 / সামস 84
সামসঙ্গীত 85 / সামস 85
সামসঙ্গীত 86 / সামস 86
সামসঙ্গীত 87 / সামস 87
সামসঙ্গীত 88 / সামস 88
সামসঙ্গীত 89 / সামস 89
সামসঙ্গীত 90 / সামস 90
সামসঙ্গীত 91 / সামস 91
সামসঙ্গীত 92 / সামস 92
সামসঙ্গীত 93 / সামস 93
সামসঙ্গীত 94 / সামস 94
সামসঙ্গীত 95 / সামস 95
সামসঙ্গীত 96 / সামস 96
সামসঙ্গীত 97 / সামস 97
সামসঙ্গীত 98 / সামস 98
সামসঙ্গীত 99 / সামস 99
সামসঙ্গীত 100 / সামস 100
সামসঙ্গীত 101 / সামস 101
সামসঙ্গীত 102 / সামস 102
সামসঙ্গীত 103 / সামস 103
সামসঙ্গীত 104 / সামস 104
সামসঙ্গীত 105 / সামস 105
সামসঙ্গীত 106 / সামস 106
সামসঙ্গীত 107 / সামস 107
সামসঙ্গীত 108 / সামস 108
সামসঙ্গীত 109 / সামস 109
সামসঙ্গীত 110 / সামস 110
সামসঙ্গীত 111 / সামস 111
সামসঙ্গীত 112 / সামস 112
সামসঙ্গীত 113 / সামস 113
সামসঙ্গীত 114 / সামস 114
সামসঙ্গীত 115 / সামস 115
সামসঙ্গীত 116 / সামস 116
সামসঙ্গীত 117 / সামস 117
সামসঙ্গীত 118 / সামস 118
সামসঙ্গীত 119 / সামস 119
সামসঙ্গীত 120 / সামস 120
সামসঙ্গীত 121 / সামস 121
সামসঙ্গীত 122 / সামস 122
সামসঙ্গীত 123 / সামস 123
সামসঙ্গীত 124 / সামস 124
সামসঙ্গীত 125 / সামস 125
সামসঙ্গীত 126 / সামস 126
সামসঙ্গীত 127 / সামস 127
সামসঙ্গীত 128 / সামস 128
সামসঙ্গীত 129 / সামস 129
সামসঙ্গীত 130 / সামস 130
সামসঙ্গীত 131 / সামস 131
সামসঙ্গীত 132 / সামস 132
সামসঙ্গীত 133 / সামস 133
সামসঙ্গীত 134 / সামস 134
সামসঙ্গীত 135 / সামস 135
সামসঙ্গীত 136 / সামস 136
সামসঙ্গীত 137 / সামস 137
সামসঙ্গীত 138 / সামস 138
সামসঙ্গীত 139 / সামস 139
সামসঙ্গীত 140 / সামস 140
সামসঙ্গীত 141 / সামস 141
সামসঙ্গীত 142 / সামস 142
সামসঙ্গীত 143 / সামস 143
সামসঙ্গীত 144 / সামস 144
সামসঙ্গীত 145 / সামস 145
সামসঙ্গীত 146 / সামস 146
সামসঙ্গীত 147 / সামস 147
সামসঙ্গীত 148 / সামস 148
সামসঙ্গীত 149 / সামস 149
সামসঙ্গীত 150 / সামস 150