A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 143



١
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
٢
তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
٣
শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
٤
সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
٥
মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
٦
মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা]
٧
হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
٨
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
٩
হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
١٠
তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
١١
হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
١٢
তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।











সামসঙ্গীত 143:1
সামসঙ্গীত 143:2
সামসঙ্গীত 143:3
সামসঙ্গীত 143:4
সামসঙ্গীত 143:5
সামসঙ্গীত 143:6
সামসঙ্গীত 143:7
সামসঙ্গীত 143:8
সামসঙ্গীত 143:9
সামসঙ্গীত 143:10
সামসঙ্গীত 143:11
সামসঙ্গীত 143:12






সামসঙ্গীত 1 / المزامير 1
সামসঙ্গীত 2 / المزامير 2
সামসঙ্গীত 3 / المزامير 3
সামসঙ্গীত 4 / المزامير 4
সামসঙ্গীত 5 / المزامير 5
সামসঙ্গীত 6 / المزامير 6
সামসঙ্গীত 7 / المزامير 7
সামসঙ্গীত 8 / المزامير 8
সামসঙ্গীত 9 / المزامير 9
সামসঙ্গীত 10 / المزامير 10
সামসঙ্গীত 11 / المزامير 11
সামসঙ্গীত 12 / المزامير 12
সামসঙ্গীত 13 / المزامير 13
সামসঙ্গীত 14 / المزامير 14
সামসঙ্গীত 15 / المزامير 15
সামসঙ্গীত 16 / المزامير 16
সামসঙ্গীত 17 / المزامير 17
সামসঙ্গীত 18 / المزامير 18
সামসঙ্গীত 19 / المزامير 19
সামসঙ্গীত 20 / المزامير 20
সামসঙ্গীত 21 / المزامير 21
সামসঙ্গীত 22 / المزامير 22
সামসঙ্গীত 23 / المزامير 23
সামসঙ্গীত 24 / المزامير 24
সামসঙ্গীত 25 / المزامير 25
সামসঙ্গীত 26 / المزامير 26
সামসঙ্গীত 27 / المزامير 27
সামসঙ্গীত 28 / المزامير 28
সামসঙ্গীত 29 / المزامير 29
সামসঙ্গীত 30 / المزامير 30
সামসঙ্গীত 31 / المزامير 31
সামসঙ্গীত 32 / المزامير 32
সামসঙ্গীত 33 / المزامير 33
সামসঙ্গীত 34 / المزامير 34
সামসঙ্গীত 35 / المزامير 35
সামসঙ্গীত 36 / المزامير 36
সামসঙ্গীত 37 / المزامير 37
সামসঙ্গীত 38 / المزامير 38
সামসঙ্গীত 39 / المزامير 39
সামসঙ্গীত 40 / المزامير 40
সামসঙ্গীত 41 / المزامير 41
সামসঙ্গীত 42 / المزامير 42
সামসঙ্গীত 43 / المزامير 43
সামসঙ্গীত 44 / المزامير 44
সামসঙ্গীত 45 / المزامير 45
সামসঙ্গীত 46 / المزامير 46
সামসঙ্গীত 47 / المزامير 47
সামসঙ্গীত 48 / المزامير 48
সামসঙ্গীত 49 / المزامير 49
সামসঙ্গীত 50 / المزامير 50
সামসঙ্গীত 51 / المزامير 51
সামসঙ্গীত 52 / المزامير 52
সামসঙ্গীত 53 / المزامير 53
সামসঙ্গীত 54 / المزامير 54
সামসঙ্গীত 55 / المزامير 55
সামসঙ্গীত 56 / المزامير 56
সামসঙ্গীত 57 / المزامير 57
সামসঙ্গীত 58 / المزامير 58
সামসঙ্গীত 59 / المزامير 59
সামসঙ্গীত 60 / المزامير 60
সামসঙ্গীত 61 / المزامير 61
সামসঙ্গীত 62 / المزامير 62
সামসঙ্গীত 63 / المزامير 63
সামসঙ্গীত 64 / المزامير 64
সামসঙ্গীত 65 / المزامير 65
সামসঙ্গীত 66 / المزامير 66
সামসঙ্গীত 67 / المزامير 67
সামসঙ্গীত 68 / المزامير 68
সামসঙ্গীত 69 / المزامير 69
সামসঙ্গীত 70 / المزامير 70
সামসঙ্গীত 71 / المزامير 71
সামসঙ্গীত 72 / المزامير 72
সামসঙ্গীত 73 / المزامير 73
সামসঙ্গীত 74 / المزامير 74
সামসঙ্গীত 75 / المزامير 75
সামসঙ্গীত 76 / المزامير 76
সামসঙ্গীত 77 / المزامير 77
সামসঙ্গীত 78 / المزامير 78
সামসঙ্গীত 79 / المزامير 79
সামসঙ্গীত 80 / المزامير 80
সামসঙ্গীত 81 / المزامير 81
সামসঙ্গীত 82 / المزامير 82
সামসঙ্গীত 83 / المزامير 83
সামসঙ্গীত 84 / المزامير 84
সামসঙ্গীত 85 / المزامير 85
সামসঙ্গীত 86 / المزامير 86
সামসঙ্গীত 87 / المزامير 87
সামসঙ্গীত 88 / المزامير 88
সামসঙ্গীত 89 / المزامير 89
সামসঙ্গীত 90 / المزامير 90
সামসঙ্গীত 91 / المزامير 91
সামসঙ্গীত 92 / المزامير 92
সামসঙ্গীত 93 / المزامير 93
সামসঙ্গীত 94 / المزامير 94
সামসঙ্গীত 95 / المزامير 95
সামসঙ্গীত 96 / المزامير 96
সামসঙ্গীত 97 / المزامير 97
সামসঙ্গীত 98 / المزامير 98
সামসঙ্গীত 99 / المزامير 99
সামসঙ্গীত 100 / المزامير 100
সামসঙ্গীত 101 / المزامير 101
সামসঙ্গীত 102 / المزامير 102
সামসঙ্গীত 103 / المزامير 103
সামসঙ্গীত 104 / المزامير 104
সামসঙ্গীত 105 / المزامير 105
সামসঙ্গীত 106 / المزامير 106
সামসঙ্গীত 107 / المزامير 107
সামসঙ্গীত 108 / المزامير 108
সামসঙ্গীত 109 / المزامير 109
সামসঙ্গীত 110 / المزامير 110
সামসঙ্গীত 111 / المزامير 111
সামসঙ্গীত 112 / المزامير 112
সামসঙ্গীত 113 / المزامير 113
সামসঙ্গীত 114 / المزامير 114
সামসঙ্গীত 115 / المزامير 115
সামসঙ্গীত 116 / المزامير 116
সামসঙ্গীত 117 / المزامير 117
সামসঙ্গীত 118 / المزامير 118
সামসঙ্গীত 119 / المزامير 119
সামসঙ্গীত 120 / المزامير 120
সামসঙ্গীত 121 / المزامير 121
সামসঙ্গীত 122 / المزامير 122
সামসঙ্গীত 123 / المزامير 123
সামসঙ্গীত 124 / المزامير 124
সামসঙ্গীত 125 / المزامير 125
সামসঙ্গীত 126 / المزامير 126
সামসঙ্গীত 127 / المزامير 127
সামসঙ্গীত 128 / المزامير 128
সামসঙ্গীত 129 / المزامير 129
সামসঙ্গীত 130 / المزامير 130
সামসঙ্গীত 131 / المزامير 131
সামসঙ্গীত 132 / المزامير 132
সামসঙ্গীত 133 / المزامير 133
সামসঙ্গীত 134 / المزامير 134
সামসঙ্গীত 135 / المزامير 135
সামসঙ্গীত 136 / المزامير 136
সামসঙ্গীত 137 / المزامير 137
সামসঙ্গীত 138 / المزامير 138
সামসঙ্গীত 139 / المزامير 139
সামসঙ্গীত 140 / المزامير 140
সামসঙ্গীত 141 / المزامير 141
সামসঙ্গীত 142 / المزامير 142
সামসঙ্গীত 143 / المزامير 143
সামসঙ্গীত 144 / المزامير 144
সামসঙ্গীত 145 / المزامير 145
সামসঙ্গীত 146 / المزامير 146
সামসঙ্গীত 147 / المزامير 147
সামসঙ্গীত 148 / المزامير 148
সামসঙ্গীত 149 / المزامير 149
সামসঙ্গীত 150 / المزامير 150