١ |
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া। |
٢ |
তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়। |
٣ |
শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে। |
٤ |
সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে। |
٥ |
মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ। |
٦ |
মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা] |
٧ |
হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম। |
٨ |
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ। |
٩ |
হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ; |
١٠ |
তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া। |
١١ |
হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা। |
١٢ |
তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
|
Arabic Bible (GNA) Good News Arabic 1993 |
Good News Arabic © Bible Society of Lebanon, 1993 |
|
|
|
|
|
|
|
|
|
|
সামসঙ্গীত 143:1 |
সামসঙ্গীত 143:2 |
সামসঙ্গীত 143:3 |
সামসঙ্গীত 143:4 |
সামসঙ্গীত 143:5 |
সামসঙ্গীত 143:6 |
সামসঙ্গীত 143:7 |
সামসঙ্গীত 143:8 |
সামসঙ্গীত 143:9 |
সামসঙ্গীত 143:10 |
সামসঙ্গীত 143:11 |
সামসঙ্গীত 143:12 |
|
|
|
|
|
|
সামসঙ্গীত 1 / المزامير 1 |
সামসঙ্গীত 2 / المزامير 2 |
সামসঙ্গীত 3 / المزامير 3 |
সামসঙ্গীত 4 / المزامير 4 |
সামসঙ্গীত 5 / المزامير 5 |
সামসঙ্গীত 6 / المزامير 6 |
সামসঙ্গীত 7 / المزامير 7 |
সামসঙ্গীত 8 / المزامير 8 |
সামসঙ্গীত 9 / المزامير 9 |
সামসঙ্গীত 10 / المزامير 10 |
সামসঙ্গীত 11 / المزامير 11 |
সামসঙ্গীত 12 / المزامير 12 |
সামসঙ্গীত 13 / المزامير 13 |
সামসঙ্গীত 14 / المزامير 14 |
সামসঙ্গীত 15 / المزامير 15 |
সামসঙ্গীত 16 / المزامير 16 |
সামসঙ্গীত 17 / المزامير 17 |
সামসঙ্গীত 18 / المزامير 18 |
সামসঙ্গীত 19 / المزامير 19 |
সামসঙ্গীত 20 / المزامير 20 |
সামসঙ্গীত 21 / المزامير 21 |
সামসঙ্গীত 22 / المزامير 22 |
সামসঙ্গীত 23 / المزامير 23 |
সামসঙ্গীত 24 / المزامير 24 |
সামসঙ্গীত 25 / المزامير 25 |
সামসঙ্গীত 26 / المزامير 26 |
সামসঙ্গীত 27 / المزامير 27 |
সামসঙ্গীত 28 / المزامير 28 |
সামসঙ্গীত 29 / المزامير 29 |
সামসঙ্গীত 30 / المزامير 30 |
সামসঙ্গীত 31 / المزامير 31 |
সামসঙ্গীত 32 / المزامير 32 |
সামসঙ্গীত 33 / المزامير 33 |
সামসঙ্গীত 34 / المزامير 34 |
সামসঙ্গীত 35 / المزامير 35 |
সামসঙ্গীত 36 / المزامير 36 |
সামসঙ্গীত 37 / المزامير 37 |
সামসঙ্গীত 38 / المزامير 38 |
সামসঙ্গীত 39 / المزامير 39 |
সামসঙ্গীত 40 / المزامير 40 |
সামসঙ্গীত 41 / المزامير 41 |
সামসঙ্গীত 42 / المزامير 42 |
সামসঙ্গীত 43 / المزامير 43 |
সামসঙ্গীত 44 / المزامير 44 |
সামসঙ্গীত 45 / المزامير 45 |
সামসঙ্গীত 46 / المزامير 46 |
সামসঙ্গীত 47 / المزامير 47 |
সামসঙ্গীত 48 / المزامير 48 |
সামসঙ্গীত 49 / المزامير 49 |
সামসঙ্গীত 50 / المزامير 50 |
সামসঙ্গীত 51 / المزامير 51 |
সামসঙ্গীত 52 / المزامير 52 |
সামসঙ্গীত 53 / المزامير 53 |
সামসঙ্গীত 54 / المزامير 54 |
সামসঙ্গীত 55 / المزامير 55 |
সামসঙ্গীত 56 / المزامير 56 |
সামসঙ্গীত 57 / المزامير 57 |
সামসঙ্গীত 58 / المزامير 58 |
সামসঙ্গীত 59 / المزامير 59 |
সামসঙ্গীত 60 / المزامير 60 |
সামসঙ্গীত 61 / المزامير 61 |
সামসঙ্গীত 62 / المزامير 62 |
সামসঙ্গীত 63 / المزامير 63 |
সামসঙ্গীত 64 / المزامير 64 |
সামসঙ্গীত 65 / المزامير 65 |
সামসঙ্গীত 66 / المزامير 66 |
সামসঙ্গীত 67 / المزامير 67 |
সামসঙ্গীত 68 / المزامير 68 |
সামসঙ্গীত 69 / المزامير 69 |
সামসঙ্গীত 70 / المزامير 70 |
সামসঙ্গীত 71 / المزامير 71 |
সামসঙ্গীত 72 / المزامير 72 |
সামসঙ্গীত 73 / المزامير 73 |
সামসঙ্গীত 74 / المزامير 74 |
সামসঙ্গীত 75 / المزامير 75 |
সামসঙ্গীত 76 / المزامير 76 |
সামসঙ্গীত 77 / المزامير 77 |
সামসঙ্গীত 78 / المزامير 78 |
সামসঙ্গীত 79 / المزامير 79 |
সামসঙ্গীত 80 / المزامير 80 |
সামসঙ্গীত 81 / المزامير 81 |
সামসঙ্গীত 82 / المزامير 82 |
সামসঙ্গীত 83 / المزامير 83 |
সামসঙ্গীত 84 / المزامير 84 |
সামসঙ্গীত 85 / المزامير 85 |
সামসঙ্গীত 86 / المزامير 86 |
সামসঙ্গীত 87 / المزامير 87 |
সামসঙ্গীত 88 / المزامير 88 |
সামসঙ্গীত 89 / المزامير 89 |
সামসঙ্গীত 90 / المزامير 90 |
সামসঙ্গীত 91 / المزامير 91 |
সামসঙ্গীত 92 / المزامير 92 |
সামসঙ্গীত 93 / المزامير 93 |
সামসঙ্গীত 94 / المزامير 94 |
সামসঙ্গীত 95 / المزامير 95 |
সামসঙ্গীত 96 / المزامير 96 |
সামসঙ্গীত 97 / المزامير 97 |
সামসঙ্গীত 98 / المزامير 98 |
সামসঙ্গীত 99 / المزامير 99 |
সামসঙ্গীত 100 / المزامير 100 |
সামসঙ্গীত 101 / المزامير 101 |
সামসঙ্গীত 102 / المزامير 102 |
সামসঙ্গীত 103 / المزامير 103 |
সামসঙ্গীত 104 / المزامير 104 |
সামসঙ্গীত 105 / المزامير 105 |
সামসঙ্গীত 106 / المزامير 106 |
সামসঙ্গীত 107 / المزامير 107 |
সামসঙ্গীত 108 / المزامير 108 |
সামসঙ্গীত 109 / المزامير 109 |
সামসঙ্গীত 110 / المزامير 110 |
সামসঙ্গীত 111 / المزامير 111 |
সামসঙ্গীত 112 / المزامير 112 |
সামসঙ্গীত 113 / المزامير 113 |
সামসঙ্গীত 114 / المزامير 114 |
সামসঙ্গীত 115 / المزامير 115 |
সামসঙ্গীত 116 / المزامير 116 |
সামসঙ্গীত 117 / المزامير 117 |
সামসঙ্গীত 118 / المزامير 118 |
সামসঙ্গীত 119 / المزامير 119 |
সামসঙ্গীত 120 / المزامير 120 |
সামসঙ্গীত 121 / المزامير 121 |
সামসঙ্গীত 122 / المزامير 122 |
সামসঙ্গীত 123 / المزامير 123 |
সামসঙ্গীত 124 / المزامير 124 |
সামসঙ্গীত 125 / المزامير 125 |
সামসঙ্গীত 126 / المزامير 126 |
সামসঙ্গীত 127 / المزامير 127 |
সামসঙ্গীত 128 / المزامير 128 |
সামসঙ্গীত 129 / المزامير 129 |
সামসঙ্গীত 130 / المزامير 130 |
সামসঙ্গীত 131 / المزامير 131 |
সামসঙ্গীত 132 / المزامير 132 |
সামসঙ্গীত 133 / المزامير 133 |
সামসঙ্গীত 134 / المزامير 134 |
সামসঙ্গীত 135 / المزامير 135 |
সামসঙ্গীত 136 / المزامير 136 |
সামসঙ্গীত 137 / المزامير 137 |
সামসঙ্গীত 138 / المزامير 138 |
সামসঙ্গীত 139 / المزامير 139 |
সামসঙ্গীত 140 / المزامير 140 |
সামসঙ্গীত 141 / المزامير 141 |
সামসঙ্গীত 142 / المزامير 142 |
সামসঙ্গীত 143 / المزامير 143 |
সামসঙ্গীত 144 / المزامير 144 |
সামসঙ্গীত 145 / المزامير 145 |
সামসঙ্গীত 146 / المزامير 146 |
সামসঙ্গীত 147 / المزامير 147 |
সামসঙ্গীত 148 / المزامير 148 |
সামসঙ্গীত 149 / المزامير 149 |
সামসঙ্গীত 150 / المزامير 150 |