A A A A A
Facebook Instagram Twitter
ইণ্ডিয়ান ৰিভাইচ ভাৰচন

সামসঙ্গীত 132



1
হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;
2
তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমান জনাৰ ওচৰত সঙ্কল্প কৰিছিল।
3
তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম, নিজৰ শয্যাতো শয়ন নকৰিম,
4
মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম, চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,
5
যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
6
চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।
7
“আহাঁ, আমি তেওঁৰ আবাসলৈ যাওঁ, তেওঁৰ চৰণ তলত প্ৰণিপাত কৰোঁ।”
8
হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আহাঁ; তুমি আহাঁ আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
9
তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।
10
তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”
11
যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
12
তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
13
কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
14
তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।
15
মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
16
মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।
17
তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ ।
18
মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব। ”











সামসঙ্গীত 132:1
সামসঙ্গীত 132:2
সামসঙ্গীত 132:3
সামসঙ্গীত 132:4
সামসঙ্গীত 132:5
সামসঙ্গীত 132:6
সামসঙ্গীত 132:7
সামসঙ্গীত 132:8
সামসঙ্গীত 132:9
সামসঙ্গীত 132:10
সামসঙ্গীত 132:11
সামসঙ্গীত 132:12
সামসঙ্গীত 132:13
সামসঙ্গীত 132:14
সামসঙ্গীত 132:15
সামসঙ্গীত 132:16
সামসঙ্গীত 132:17
সামসঙ্গীত 132:18






সামসঙ্গীত 1 / সামস 1
সামসঙ্গীত 2 / সামস 2
সামসঙ্গীত 3 / সামস 3
সামসঙ্গীত 4 / সামস 4
সামসঙ্গীত 5 / সামস 5
সামসঙ্গীত 6 / সামস 6
সামসঙ্গীত 7 / সামস 7
সামসঙ্গীত 8 / সামস 8
সামসঙ্গীত 9 / সামস 9
সামসঙ্গীত 10 / সামস 10
সামসঙ্গীত 11 / সামস 11
সামসঙ্গীত 12 / সামস 12
সামসঙ্গীত 13 / সামস 13
সামসঙ্গীত 14 / সামস 14
সামসঙ্গীত 15 / সামস 15
সামসঙ্গীত 16 / সামস 16
সামসঙ্গীত 17 / সামস 17
সামসঙ্গীত 18 / সামস 18
সামসঙ্গীত 19 / সামস 19
সামসঙ্গীত 20 / সামস 20
সামসঙ্গীত 21 / সামস 21
সামসঙ্গীত 22 / সামস 22
সামসঙ্গীত 23 / সামস 23
সামসঙ্গীত 24 / সামস 24
সামসঙ্গীত 25 / সামস 25
সামসঙ্গীত 26 / সামস 26
সামসঙ্গীত 27 / সামস 27
সামসঙ্গীত 28 / সামস 28
সামসঙ্গীত 29 / সামস 29
সামসঙ্গীত 30 / সামস 30
সামসঙ্গীত 31 / সামস 31
সামসঙ্গীত 32 / সামস 32
সামসঙ্গীত 33 / সামস 33
সামসঙ্গীত 34 / সামস 34
সামসঙ্গীত 35 / সামস 35
সামসঙ্গীত 36 / সামস 36
সামসঙ্গীত 37 / সামস 37
সামসঙ্গীত 38 / সামস 38
সামসঙ্গীত 39 / সামস 39
সামসঙ্গীত 40 / সামস 40
সামসঙ্গীত 41 / সামস 41
সামসঙ্গীত 42 / সামস 42
সামসঙ্গীত 43 / সামস 43
সামসঙ্গীত 44 / সামস 44
সামসঙ্গীত 45 / সামস 45
সামসঙ্গীত 46 / সামস 46
সামসঙ্গীত 47 / সামস 47
সামসঙ্গীত 48 / সামস 48
সামসঙ্গীত 49 / সামস 49
সামসঙ্গীত 50 / সামস 50
সামসঙ্গীত 51 / সামস 51
সামসঙ্গীত 52 / সামস 52
সামসঙ্গীত 53 / সামস 53
সামসঙ্গীত 54 / সামস 54
সামসঙ্গীত 55 / সামস 55
সামসঙ্গীত 56 / সামস 56
সামসঙ্গীত 57 / সামস 57
সামসঙ্গীত 58 / সামস 58
সামসঙ্গীত 59 / সামস 59
সামসঙ্গীত 60 / সামস 60
সামসঙ্গীত 61 / সামস 61
সামসঙ্গীত 62 / সামস 62
সামসঙ্গীত 63 / সামস 63
সামসঙ্গীত 64 / সামস 64
সামসঙ্গীত 65 / সামস 65
সামসঙ্গীত 66 / সামস 66
সামসঙ্গীত 67 / সামস 67
সামসঙ্গীত 68 / সামস 68
সামসঙ্গীত 69 / সামস 69
সামসঙ্গীত 70 / সামস 70
সামসঙ্গীত 71 / সামস 71
সামসঙ্গীত 72 / সামস 72
সামসঙ্গীত 73 / সামস 73
সামসঙ্গীত 74 / সামস 74
সামসঙ্গীত 75 / সামস 75
সামসঙ্গীত 76 / সামস 76
সামসঙ্গীত 77 / সামস 77
সামসঙ্গীত 78 / সামস 78
সামসঙ্গীত 79 / সামস 79
সামসঙ্গীত 80 / সামস 80
সামসঙ্গীত 81 / সামস 81
সামসঙ্গীত 82 / সামস 82
সামসঙ্গীত 83 / সামস 83
সামসঙ্গীত 84 / সামস 84
সামসঙ্গীত 85 / সামস 85
সামসঙ্গীত 86 / সামস 86
সামসঙ্গীত 87 / সামস 87
সামসঙ্গীত 88 / সামস 88
সামসঙ্গীত 89 / সামস 89
সামসঙ্গীত 90 / সামস 90
সামসঙ্গীত 91 / সামস 91
সামসঙ্গীত 92 / সামস 92
সামসঙ্গীত 93 / সামস 93
সামসঙ্গীত 94 / সামস 94
সামসঙ্গীত 95 / সামস 95
সামসঙ্গীত 96 / সামস 96
সামসঙ্গীত 97 / সামস 97
সামসঙ্গীত 98 / সামস 98
সামসঙ্গীত 99 / সামস 99
সামসঙ্গীত 100 / সামস 100
সামসঙ্গীত 101 / সামস 101
সামসঙ্গীত 102 / সামস 102
সামসঙ্গীত 103 / সামস 103
সামসঙ্গীত 104 / সামস 104
সামসঙ্গীত 105 / সামস 105
সামসঙ্গীত 106 / সামস 106
সামসঙ্গীত 107 / সামস 107
সামসঙ্গীত 108 / সামস 108
সামসঙ্গীত 109 / সামস 109
সামসঙ্গীত 110 / সামস 110
সামসঙ্গীত 111 / সামস 111
সামসঙ্গীত 112 / সামস 112
সামসঙ্গীত 113 / সামস 113
সামসঙ্গীত 114 / সামস 114
সামসঙ্গীত 115 / সামস 115
সামসঙ্গীত 116 / সামস 116
সামসঙ্গীত 117 / সামস 117
সামসঙ্গীত 118 / সামস 118
সামসঙ্গীত 119 / সামস 119
সামসঙ্গীত 120 / সামস 120
সামসঙ্গীত 121 / সামস 121
সামসঙ্গীত 122 / সামস 122
সামসঙ্গীত 123 / সামস 123
সামসঙ্গীত 124 / সামস 124
সামসঙ্গীত 125 / সামস 125
সামসঙ্গীত 126 / সামস 126
সামসঙ্গীত 127 / সামস 127
সামসঙ্গীত 128 / সামস 128
সামসঙ্গীত 129 / সামস 129
সামসঙ্গীত 130 / সামস 130
সামসঙ্গীত 131 / সামস 131
সামসঙ্গীত 132 / সামস 132
সামসঙ্গীত 133 / সামস 133
সামসঙ্গীত 134 / সামস 134
সামসঙ্গীত 135 / সামস 135
সামসঙ্গীত 136 / সামস 136
সামসঙ্গীত 137 / সামস 137
সামসঙ্গীত 138 / সামস 138
সামসঙ্গীত 139 / সামস 139
সামসঙ্গীত 140 / সামস 140
সামসঙ্গীত 141 / সামস 141
সামসঙ্গীত 142 / সামস 142
সামসঙ্গীত 143 / সামস 143
সামসঙ্গীত 144 / সামস 144
সামসঙ্গীত 145 / সামস 145
সামসঙ্গীত 146 / সামস 146
সামসঙ্গীত 147 / সামস 147
সামসঙ্গীত 148 / সামস 148
সামসঙ্গীত 149 / সামস 149
সামসঙ্গীত 150 / সামস 150